--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : স্বামী ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছত প্ৰথমবাৰলৈ ছ’চিয়েল মিডিয়াত আত্মপ্ৰকাশ কৰিছে অভিনেত্ৰী শিল্পা শেট্টীয়ে। পৰ্ন ৰেকেট চলোৱাৰ গোচৰত ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত দীঘলীয়া সময় ছ’চিয়েল মিডিয়া তথা সামাজিক জীৱনৰ পৰা আঁতৰি আছিল তাৰকা অভিনেত্ৰীগৰাকী। শনিবাৰে প্ৰথমবাৰলৈ তেওঁ এটা ফটোশ্বুটৰ আলোকচিত্ৰ ইনষ্টাগ্ৰামযোগে প্ৰচাৰ কৰে।

ফ্ল’ৰেল ডিজাইনৰ নীলা শাৰী পৰিধান কৰা শিল্পাই তাৎপৰ্যপূৰ্ণ উদ্ধৃতি প্ৰকাশ কৰিছে আলোকচিত্ৰখনৰ সৈতে। শিল্পাই লিখিছে, ‘উত্তৰণৰ বাবে মন বান্ধি লোৱা নাৰীতকৈ শক্তিশালী আৰু একো নাই। ব্যক্তিগত জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাক ইংগিত কৰিয়েই তেওঁ এই মত প্ৰকাশ কৰিছে বুলি সহজে ধাৰণা কৰিব পাৰি।

উল্লেখ্য যে, শিল্পাই সম্প্ৰতি ছুপাৰ ডান্সাৰ-৪ৰ ছেটলৈও উভতিছে। এগৰাকী বিচাৰক হিচাপে জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোৰ অংগ হৈ থকা শিল্পাক তেওঁৰ পৰিচিত উজ্জীৱিত ৰূপতে দেখা গৈছে শ্ব’টোত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ