--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ লাখ লাখ লোক হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে। উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু ধূমপান আদি কিছুমান কাৰকে হৃদযন্ত্ৰৰ বাবে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। যদি আমি আমাৰ ওজনৰ যত্ন লওঁ আৰু সুষম খাদ্য গ্ৰহণ কৰো তেন্তে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাবোৰ বহু পৰিমাণে হ্ৰাস পাব পাৰে।

আঁহৰ পৰিমাণ বৃদ্ধি আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত ফল-মূল আৰু শাক-পাচলিয়ে ডাঙৰ ভূমিকা পালন কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে ষ্ট্ৰবেৰী সেৱনে হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাত বহুখিনি সহায় কৰিব পাৰে। খাদ্যত ষ্ট্ৰবেৰী বহু ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰে।

 খাদ্যত ষ্ট্ৰবেৰী কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি
১/ ইয়াক চালাডৰ অংশ কৰি লওক: ষ্ট্ৰবেৰীক চালাডৰ অংশ হিচাপে বনাব পাৰে। বাকী শাক-পাচলিৰ লগত খাদ্যৰ লগতে চালাড হিচাপে পৰিবেশন কৰক। ইয়াৰ ব্যৱহাৰৰ পৰা বহুতো লাভ আপুনি দেখিব পাৰে।

২/ ইয়াৰ জুচ বনাওক: কেৱল তেওঁলোকৰ স্বাস্থ্যৰ গুণৰ বাবেই নহয়,ষ্ট্ৰবেৰীৰ ৰসও প্ৰস্তুত কৰিব পাৰে। ইচ্ছা কৰিলে আন ফলৰ লগত মিহলাই ৰস বনাব পাৰে। আপেল বা কল বা নিজৰ পছন্দৰ যিকোনো ফলৰ লগত মিহলাই ল’ব পাৰে।

৩/স্মুদিত দিব: যদি আপুনি ৰস খাবলৈ ভাল নাপায়, তেন্তে ষ্ট্ৰবেৰী ব্যৱহাৰ কৰি মিল্কশ্বেক বা স্মুদিও বনাব পাৰে। বিলাহীৰ লগত মিহলাই স্বাস্থ্যসন্মত স্মুদি বনাব পাৰে।

৪/ ৰাইতা বনাওক: ফলৰ ৰাইটাত ষ্ট্ৰবেৰী খোৱাটো এটা ভাল আৰু কম কেলৰিযুক্ত উপায় হ’ব পাৰে। এই ফলটোৱে আপোনাৰ বিৰক্তিকৰ ৰাইটাক সোৱাদযুক্ত সুস্বাদু ৰাইতা কৰি তুলিব আৰু ৰাইতাখিনি দেখনিয়াও হ'ব।

৫/ ষ্ট্ৰবেৰী চেণ্ডুইচ বনাওক: ষ্ট্ৰবেৰীৰ সহায়ত সোৱাদযুক্ত চেণ্ডুইচও প্ৰস্তুত কৰিব পাৰে। ষ্ট্ৰবেৰীয়ে আপোনাৰ চেণ্ডুইচত এক সুন্দৰ সোৱাদ প্ৰদান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক