--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শুভাংশু শুক্লা আই এছ এছলৈ এক্সিয়াম-৪ মিছনৰ বাব যোৱা এবছৰ ধৰি আমেৰিকাত আছিল।

ডিজিটেল ডেস্কঃ মহাকাশচাৰী শুভাংশু শুক্লা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ ঐতিহাসিক ভ্ৰমণৰ অন্তত দেওবাৰে পুৱা নিজৰ গৃহভূমি ভাৰতলৈ উভতি আহে।


শুভাংশু শুক্লা আই এছ এছলৈ এক্সিয়াম-৪ মিছনৰ বাব যোৱা এবছৰ ধৰি আমেৰিকাত আছিল।

Shubhanshu Shukla returns to India to a warm welcome After Space Travel See Photos Rekha Gupta Jitendra Singh


দিল্লীৰ বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে। শুভাংশুৰ বেকআপ মহাকাশচাৰী প্ৰশান্ত বালকৃষ্ণন নাইৰেও ঘৰলৈ উভতি আহে।

Shubhanshu Shukla returns to India to a warm welcome After Space Travel See Photos Rekha Gupta Jitendra Singh


শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ


শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই। ইয়াৰ পিছত তেওঁ নিজৰ গৃহ চহৰ লক্ষ্ণৌলৈ যাব । উল্লেখ্য যে শুভাংশুৱে ৰাজধানীলৈ উভতি আহি ২২-২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনত অংশগ্ৰহণ কৰিব ।

Shubhanshu Shukla returns to India to a warm welcome After Space Travel See Photos Rekha Gupta Jitendra Singh



লালকিল্লাৰ পৰাই এই কথা উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে


ইয়াৰ পূৰ্বে লালকিল্লাত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানত ভাষণ দি শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে নিজাকৈ মহাকাশ কেন্দ্ৰ গঢ়ি তুলিছে। তেওঁ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশ অভিযানৰ পৰা উভতি অহাৰ কথা অৱগত কৰে। তেওঁ কৈছিল, 'আমাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে।' প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘অনাগত দিনত তেওঁ ভাৰতলৈ উভতি আহিব।’





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ