--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : শিখা শৰ্মাৰ গ্ৰেপ্তাৰক লৈয়ো মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ। চৰকাৰ নিৰপেক্ষ হোৱা উচিত। শিখা শৰ্মাক বিজেপিৰ কৰ্মীয়ে সামাজিক মাধ্যমত দলবদ্ধ ধর্ষণ কৰাৰ ভাবুকি প্ৰদান কৰা ব্যক্তিসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই তাক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত ৰিপুন বৰাৰ৷ ষ্ট্রং ৰূমত ইভিএমৰ সুৰক্ষাক লৈ সন্দেহ অসম প্ৰদেশ কংগ্ৰেছৰ৷ আজি অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ৰিপুণ বৰাই৷

আৰু পঢ়িব পাৰিব : পুনৰ ভয়াৱহ সংকটৰ দিশে দেশ, দৈনিক লাখে লাখে আক্ৰান্ত কৰ’নাত

চিচিটিভিৰ access link প্ৰত্যকজন প্ৰাৰ্থীক দিবলৈ নিৰ্বাচন আয়োগলৈ চিঠিযোগে দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে৷ বৰাৰ মতে, ক’ৰবাত ক'ৰবাত খেলিমেলি হৈছে৷ নিৰ্বাচন আয়োগে ভালকৈ কাম কৰা নাই যদিও ৰাজ্যৰ প্ৰশাসন নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছে প্ৰদেশ কংগ্ৰেছে৷

আৰু পঢ়িব পাৰিব : একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন

ইপিনে বৰাৰ অভিযোগ, 'নিৰ্বাচন আয়োগে আমাক প্ৰতিশ্ৰুতি দিছিল তৃতীয় পৰ্যায়ত নিৰ্বাচনত খেলিমেলি নহয়৷ কিন্তু তাৰ পাছতো বহুত খেলিমেলি হ'ল৷ নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে৷' আনহাতে ভোটদানৰ হাৰ বৃদ্ধিত সন্তুষ্টি প্ৰকাশ বৰাৰ৷ ‘ভোটৰ হাৰ বৃদ্ধিয়ে পৰিৱৰ্তন বিচৰাটো বুজাইছে৷’ ৰিপুন বৰাৰ সমীক্ষা অনুযায়ী সংখ্যাগৰিষ্ঠতা পাব কংগ্ৰেছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ