--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অব্যাহত আছে পুষ্পা ২ৰ সফলতাৰ ঢৌ৷ পুষ্পা ২ৱে বক্স অফিচত ভাঙিছে পূৰ্বৰ সকলো অভিলেখ। সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে ছবিখনে। ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰা পাছতেই দৰ্শকৰ অভূতপূৰ্ব সমাদৰ লাভ কৰিছে ছবিখনে।

মুক্তি লাভ কৰাৰ ৮ দিনত আল্লু অৰ্জুনৰ ছবিখনে প্ৰভাসৰ ‘কল্কি’ ছবিখন অভিলেখ ভংগ কৰি পুষ্পা-২ ২০২৪ বৰ্ষৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে। 

হায়দৰাবাদত সংঘটিত এক অনাকাংক্ষিত ঘটনাৰ বাবে আইনী ৰোষত পৰি গ্ৰেপ্তাৰ হ’ব লগীয়া হয় অভিনেতাগৰাকী৷ আল্লু অৰ্জুনে এনে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবেই ক্ষোভিত হৈ পৰিছে অনুৰাগীসকল৷ অভনেতাগৰাকীৰ গ্ৰেপ্তাৰত অভিনেতাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ পিছতে নিম্ন আদালতে অভিনেতাজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও শেহতীয় খবৰ অনুসৰি অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰিছে অভিনেতা গৰাকীয়ে৷ 

অভিনেতাগৰাকীৰ গ্ৰেপ্তাৰ ঘটনাকলৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷বিৰোধী দল আৰু প্ৰবীণ নেতাইও আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধিতা কৰিছে।

অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰত তীব্ৰ গৰিহণা দি কয় যে আল্লু অৰ্জুনক বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা কৰাটো গ্ৰহণযোগ্য নহয়। ইফালে আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰক লৈ পুষ্পা ২ৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে ঘটনাটো দুৰ্ভাগ্যজনক আৰু শোকাৱহ আছিল। ইয়াৰ বাবে এজন ব্যক্তিৰ ওপৰত সকলোবোৰ দোষ জাপি দিয়াটো হতাশাজনক। আৰু এইয়া অবিশ্বাস্য আৰু দুখজনক বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement