--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এটা কুকুৰে ওচৰৰে এখন হাবিৰ পৰা লাওখোলা এটা লৈ অহাত ঘটনাটো পোহৰলৈ আহে।

ডিজিটেল ডেস্ক: পানীতোলা অঞ্চলৰ গুটিবাৰী গাঁৱত নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আজি দিনৰ ভাগত এটা কুকুৰে ওচৰৰে এখন হাবিৰ পৰা লাওখোলা এটা লৈ অহাত ঘটনাটো পোহৰলৈ আহে। এই দৃশ্য দেখি স্থানীয় ৰাইজে সজাগ হৈ আৰক্ষীক অৱগত কৰে।

ঘটনাৰ খবৰ পোৱাৰ পাছতেই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ হোৱা নৰকংকালটো পৰীক্ষা কৰি প্ৰাথমিকভাৱে ই এগৰাকী ছোৱালীৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত সকলো দিশত তদন্ত চলাইছে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে আতংক বিৰাজ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক