--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাইৰেল হোৱা অভিনেতা ৰশ্মিকা মাণ্ডন্নাৰ ডিপফেকৰ আঁৰৰ মূল দোষীক গ্ৰেপ্তাৰ কৰা বুলি শনিবাৰে দিল্লী আৰক্ষীয়ে দাবী কৰে। ডিপফেকত ৰশ্মিকাৰ মুখখন ব্ৰিটিছ প্ৰভাৱশালী জাৰা পেটেলৰ ভিডিঅ’ৰ ওপৰত চুপাৰিম্প’জ কৰা হৈছিল।

নৱেম্বৰৰ পৰা ৰশ্মিকা গোচৰৰ তদন্ত অব্যাহত আছে কাৰণ এই গোচৰটোৱেই প্ৰথম আছিল আলিয়া ভাট, কাজোল, শচীন টেণ্ডুলকাৰৰ সৈতে জড়িত একেধৰণৰ ডিপফেক ভিডিঅ’। দিল্লী আৰক্ষীয়ে কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক জেৰা কৰে, যিসকলে ৰশ্মিকাৰ ডিপফেক শ্বেয়াৰ কৰিছিল যদিও এতিয়াও সেই ডিপফেক বনোৱা ব্যক্তিজনৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল।

শেহতীয়াকৈ এটা গেমিং এপে শচীন তেণ্ডুলকাৰৰ এটা ভিডিঅ’ মৰ্ফ কৰি ভুৱা প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। শচীনে এক্সলৈ যোৱাৰ পিছত মুম্বাই চাইবাৰ আৰক্ষীয়ে এপটোৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰে আৰু স্পষ্ট কৰি দিয়ে যে তেওঁ নিজৰ অনুগামীসকলক সেই বিশেষ এপটোত গেম খেলিবলৈ আহ্বান জনোৱা ভিডিঅ’টো মিছা। "এই ভিডিঅ'বোৰ ভুৱা। প্ৰযুক্তিৰ অবাধ অপব্যৱহাৰ দেখি আমনিদায়ক। এই ধৰণৰ ভিডিঅ', এড & এপবোৰ বৃহৎ সংখ্যকে ৰিপ'ৰ্ট কৰিবলৈ সকলোকে অনুৰোধ কৰক। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ সজাগ আৰু অভিযোগৰ প্ৰতি সঁহাৰি জনোৱাটো প্ৰয়োজন। ভুল তথ্য আৰু ভুৱা বাতৰিৰ বিস্তাৰ বন্ধ কৰিবলৈ তেওঁলোকৰ শেষৰ পৰা দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। @GoI_MeitY, @Rajeev_GoI আৰু @MahaCyber1," এক্সত লিখিছে শচীনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক