--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বহুতে কথা কৈ পাহৰি যায়। কিছুমান বস্তু ৰাখি পাহৰি গুচি যায়। যদি আপুনি আপোনাৰ স্মৃতিশক্তি সোনকালে বৃদ্ধি কৰিব বিচাৰে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব।

বাদাম- স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ আপুনি দৈনিক বাদাম খাব লাগিব। ইয়াত ভিটামিন বি ৬, ই, জিংক, প্ৰটিন পোৱা যায় যিবোৰ স্মৃতিশক্তি বৃদ্ধিত অতি সহায়ক।

কাজু- কাজু এক উৎকৃষ্ট স্মৃতিশক্তি বৃদ্ধিকাৰী হিচাপে অতি সহায়ক বুলি প্ৰমাণিত হয়। ইয়াৰ ফলত আপোনাৰ মগজুৰ কোষবোৰ বিকশিত হ’ব।

ব্ৰকলি- দৈনিক ব্ৰকলিও খাব পাৰে। মগজ্ক চোকা কৰি ৰখাত ই অতি সহায়ক বুলি প্ৰমাণিত হয়। ইয়াত ওমেগা-৩ ফেটি এচিড, ফ্লেভন’ইড, ভিটামিন-ই পোৱা যায়।

ৰঙালাও গুটি আৰু শণৰ বীজ- মগজু চোকা কৰাত ৰঙালাও গুটি আৰু শণৰ গুটিও অতি সহায়ক বুলি প্ৰমাণিত হৈছে। মগজুৰ বিকাশৰ সমান্তৰালকৈ বহু বেমাৰ দূৰত ৰখাতো ই অতি সহায়ক।

আখৰোট- স্মৃতিশক্তি বৃদ্ধিৰ বাবে আখৰোট সেৱন কৰিব পাৰে। ইয়াত ওমেগা-৩ ফেটি এচিড আৰু পলিফিনল দুয়োটা থাকে যিবোৰ মগজুৰ বিকাশৰ বাবে উপকাৰী। ভাল জীৱনশৈলী থকাটো অতি প্ৰয়োজনীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক