--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশত কৰ'নাৰ ভয়াৱহ সংক্ৰমণ অব্যহত আছে৷ এই সংক্ৰমণৰ মাজতে দেশত ক'ভিডত আৰোগ্যৰ হাৰে এক নতুন ৰেঙনিৰ সৃষ্টি কৰিছে৷ শনিবাৰে, দেশত সুস্থ হৈ উঠে ৩লাখ ৮ হাজাৰ ৫২২জন লোক। দেশত বিগত ১০ দিনত একেৰাহে ৩ লাখৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'নাত।

আৰু পঢ়িব পাৰিব পৰাজয়ৰ গ্ৰাসত কোন কোন হেভীৱেট প্ৰাৰ্থী?

দেওবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত প্ৰায় ৩,৯২,৪৮৮ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯৷ যাৰ ফলত দেশত ১,৯৫,৫৭,৪৫৭ জনলৈ বৃদ্ধি হয় কৰ'না আক্ৰান্তৰ। এইটোৱে নতুন সংক্ৰমণৰ নূন্যতম হ্ৰাস হিচাপে চিহ্নিত কৰে কিয়নো দেশখনত শনিবাৰে ৪ লাখৰো অধিক লোকৰ দেহত কৰ'নাৰ সংক্ৰমণ হয়৷ যিটোৱে কৰ'নাৰ ভয়ংকৰ সংক্ৰমণৰ মাইল খুঁটি অতিক্ৰম কৰিছিল।

আৰু পঢ়িব পাৰিব ক’ভিডত আক্ৰান্ত হৈ নগাঁৱত পুনৰ দুজনৰ মৃত্যু

বৰ্তমানেও কৰ'নাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে চিহ্নিত হৈছে মহাৰাষ্ট্ৰ৷ বিগত ২৪ ঘণ্টাত ৬৩,২৮২ টা নতুন ক'ভিড ৰোগীৰ চিনাক্ত হোৱাৰ বিপৰীতে ৮০২ জনলোকৰ মৃত্যুৰ হয়। ইয়াৰ উপৰি, বিভিন্ন চিকিৎসালয়ৰ পৰা ৩,০৭,৮৬৫ জনক অব্যাহতি দিয়া হৈছিল, যাৰ ফলত ভাৰতত মুঠ আৰোগ্যৰ সংখ্যা ১,৫৯,৯২,২৭ লৈ বৃদ্ধি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ