--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভৱিষ্যদ্ৰষ্টা বাবা ভাংগাই ১৯৯৬ চনত মৃত্যুৰ পূৰ্বে ২০২৪ চনৰ বিষয়ে কিছু ভৱিষ্যদ্বাণী কৰিছিল। বাবা ভাংগাৰ বহু ভৱিষ্যদ্বাণী এতিয়ালৈকে সত্য বুলি প্ৰমাণিত হৈছে। ২০২৪ চনৰ বাবে তেওঁ কি ভৱিষ্যদ্বাণী কৰিছিল জানো আহক। 

বাবা ভাংগাই ২০২৪ চনৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰিছিল। এই বৰ্ষৰ প্ৰায় ছমাহ ইতিমধ্যে পাৰ হৈ গ’ল আৰু তেওঁৰ ভৱিষ্যদ্বাণীসমূহ যেন সঁচা হ’বলৈ ধৰিছে। তেওঁৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৪ চনত পৃথিৱীৰ উষ্ণতা যথেষ্ট বৃদ্ধি পাব, যিটো এই বছৰ দেখা পোৱা যায়।

বুলগেৰিয়াৰ বাসিন্দা বাবা ভাংগাৰ ৮৫ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৪ চনত বতৰৰ বৃহৎ পৰিৱৰ্তন হ’ব। এটা গৱেষণাত কোৱা হৈছে যে চলিত বৰ্ষত উষ্ণতা ৬৭ শতাংশ বৃদ্ধি পাব পাৰে। বাবা ভাংগাই তেওঁৰ মৃত্যুৰ পূৰ্বে আমেৰিকাত ৯/১১ৰ আক্ৰমণৰ ভৱিষ্যদ্বাণী কৰিছিল আৰু তেওঁ চেৰ্নোবিলৰ ট্ৰেজেডী আৰু ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ কথাও ভৱিষ্যদ্বাণী কৰিছিল।যিবোৰ ইতিমধ্যে সঁচা প্ৰমাণিত হৈছে। কেৱল এয়াই নহয়, বাবা ভাংগাই ২০২৪ চনৰ বাবে আন আন ভৱিষ্যদ্বাণী কৰিছিল যেনে-২০২৪ চনত চাইবাৰ আক্ৰমণ হ’ব, বিশ্বই অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব, ইউৰোপত সন্ত্ৰাসবাদী আক্ৰমণ হ’ব পাৰে। বাবা ভাংগাৰ এইসমূহ ভৱিষ্যৎ বাণী কৰিছিল যে এখন ডাঙৰ দেশে বায়’লজিকেল ৱেপন ব্যৱহাৰ কৰিব পাৰে। ২০২৪ চনত সৌৰ ধুমুহা আহিব পাৰে, যিয়ে যোগাযোগত ব্যাঘাত জন্মাব পাৰে আৰু শক্তি গ্ৰীডতো প্ৰভাৱ পেলাব পাৰে। তেওঁৰ কিছুমান ভৱিষ্যদ্বাণী সঁচা বুলি প্ৰমাণিত হৈছে, এতিয়া আৰু কিমান ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হয় সেয়া হ’ব লক্ষ্যণীয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক