--°C
Loading...
Listen to Article
2 min read
80%

বিকানেৰ : ৰাজস্থানৰ বিকানেৰত এক শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাইছে ৫টিকৈ শিশুৱে। বিকানেৰৰ হিম্মাতাছাৰ গাঁৱত এই শোকাৱহ ঘটনা সংঘটিত হয়। শিশুকেইটিয়ে খেলি থকাৰ সময়ত এখন শষ্য ৰখা এটা কণ্টেইনাৰত প্ৰৱেশ কৰে আৰু তাতেই উশাহ বন্ধ হৈ মৃত্যুমুখত পৰে।

আৰু পঢ়িব পাৰিব : গুৰগ্ৰামত উজলিল উত্তৰ-পূৱৰ সাজপাৰ, খাদ্য সম্ভাৰ !

দেওবাৰে সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে আৰক্ষীয়ে আজি প্ৰকাশ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে কণ্টেইনাৰটো প্ৰায় খালী আছিল আৰু খেলি থকাৰ মাজতে শিশুকেইটিয়ে তাৰ ভিতৰত এটা এটাকৈ জঁপিয়াই দিয়ে। তাৰ পাছতে কণ্টেইনাৰটো নিজে নিজে বন্ধ হৈ পৰে আৰু শিশুকেইটি ভিতৰত আবদ্ধ হৈ পৰে।

আৰু পঢ়িব পাৰিব : দুটা সন্তান কিয়? বেছি ৰেচন লাগিলে ২০টা জন্ম দিয়ক…

কণ্টেইনাৰৰ ভিতৰত উশাহ বন্ধ হৈ শোকাৱহভাৱে মৃত্যুমুখত পৰা শিশুকেইটি সেৱাৰাম (৪), ৰবীনা (৭), ৰাধা (৫), পুনম(৮) আৰু মালি বুলি জানিব পৰা গৈছে। শিশুকেইটিক কণ্টেইনাৰৰ ভিতৰত উদ্ধাৰৰ পাছত তেওঁলোকক সমীপৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও এটি শিশুৰো জীৱন ৰক্ষা নপৰিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ