--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্য চৰকাৰে বাগিচাত প্ৰদান কৰা এম্বুলেন্সৰে ৰোগী কঢ়িওৱাৰ বিপৰীতে কঢ়িওৱা হৈছে সামগ্ৰী। সোণাৰিৰ এখন পেট্ৰল পাম্পত গিলানে গিলানে তেল ভৰ্তি কৰি কঢ়িওৱা হৈছে এম্বুলেন্সত।

ডিজিটেল ডেস্ক: সোণাৰিত দৰিদ্ৰ ৰোগীৰ সেৱাত ব্ৰতী থকা এম্বুলেন্সে কঢ়িয়াইছে ৩০০ লিটাৰ ইন্ধন, এইবাৰ এম্বুলেন্স সেৱা ব্যস্ত বাগিচাৰ ইন্ধন নিয়া কাৰ্যত। সোণাৰিত আটছাৰ বাধা প্ৰদান। এনে কাৰ্যত গৰিহণা প্ৰদান কৰিলে আটছাৰ বিষয়ববীয়াই।


ৰাজ্য চৰকাৰে বাগিচাত প্ৰদান কৰা এম্বুলেন্সৰে ৰোগী কঢ়িওৱাৰ বিপৰীতে কঢ়িওৱা হৈছে সামগ্ৰী। সোণাৰিৰ এখন পেট্ৰল পাম্পত গিলানে গিলানে তেল ভৰ্তি কৰি কঢ়িওৱা হৈছে এম্বুলেন্সত।


যি সময়ত ততকালীন সেৱাৰ বাবে বহু ৰোগীয়ে এম্বুলেন্সৰ কাৰণে বহু সময়ত মৃত্যুমুখত পৰিব লগা হয় তেনে সময়ত এম্বুলেন্সত সেৱাৰ এক বিপৰীত ছবি দেখা পোৱা গৈছে সোণাৰিত।


নাফুক চাহ বাগিচাত প্ৰদান কৰা এই এম্বুলেন্সত ড্ৰামে ড্ৰামে কঢ়িয়াই নিয়া হৈছে ইন্ধন। বাগিচা সমূহত কৰ্মৰত দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰদান কৰা এম্বুলেন্সত ড্ৰামে ড্ৰামে ইন্ধন কঢ়িওৱাক লৈ ক্ষোভ প্ৰকাশ আটছা চৰাইদেউ জিলা সমিতিৰ। এইবাৰ এম্বুলেন্স সেৱা ব্যস্ত বাগিচাৰ ইন্ধন নিয়া কাৰ্যত।


আটছাৰ চৰাইদেউ জিলা সমিতিৰ বাধা প্ৰদান এম্বুলেন্স চালকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ