--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গেছ চিলিণ্ডাৰে মেচিন ভাঙিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল চোৰ।

ডিজিটেল ডেস্ক: ৰাজ্যত বৃদ্ধি পাইছে ATMৰ পৰা ধন হৰলুকি কৰা চক্ৰৰ সক্ৰিয়তা। মাৰ্ঘেৰিটাৰ লিডুত নিশা SBI শাখাৰ এটিএমৰ মেচিন ভাঙি চুৰি কাণ্ড সংঘটিত কৰিবলৈ চেষ্টা চলাই দুৰ্বৃত্তই।


লিডু SBI শাখাৰ ATMৰ পৰা ধন হৰলুকি কৰিবৰ বাবে চোৰে ব্যৱহাৰ কৰে গেছ চিলিণ্ডাৰ। কিন্তু চোৰৰ পৰিকল্পনা এইবাৰ বিফল হ'ল।


গেছ চিলিণ্ডাৰে মেচিন ভাঙিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল চোৰ।


ATMৰ মেচিন কাটিবলৈ চেষ্টা কৰিছিল যদিও চোৰৰ এই অপচেষ্টা ভাগ্যক্ৰমে কামত নাহিল। পুৱা ATMৰ পৰা গ্ৰাহকে ধন উলিয়াবলৈ অহাৰ সময়ত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। এই দৃশ্য দেখি ৰাইজৰ মাজত হাহাকাৰ লাগে।


ইতিমধ্যে লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ