--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্বশী ৰাউটেলাই ২৯ বছৰ বয়স সম্পূৰ্ণ কৰিলে। জন্মদিন উদযাপনৰ বাবে পেৰিছলৈ গৈছিল অভিনেত্ৰীগৰাকী।  তাতেই উৰ্বশীৰ অভিজাত জন্মদিনৰ আয়োজন কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ জন্মদিনত কিমান টকা খৰছ কৰা হৈছে সেই কথা শুনি আপুনি হয়তো আচৰিত হ’ব।

হাতত বেছি চলচ্চিত্ৰৰ কাম নাই। তেওঁ কৰা আটাইকেইখন চিনেমা ফ্লপ, কিন্তু উৰ্বশীৰ গৌৰৱৰ ওপৰত একেবাৰেই কোনো প্ৰভাৱ পৰা নাই। দামী ব্ৰেণ্ডেড কাপোৰ, ডিজাইনাৰ গহনা, ব্যক্তিগত জেট বিমানত বিদেশ ভ্ৰমণ, উৰ্বশীৰ সকলো আছে।

অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ জন্মদিনৰ কেইবাখনো ছবি শ্বেয়াৰ কৰে। তাত দেখা গ’ল অভিনেত্ৰীগৰাকীক নীলা ৰঙৰ বাৰ্বি ড্ৰেছত। সন্মুখত ৰখা গোলাপৰ গোট এটা। কাষত দুটা ডাঙৰ ডাঙৰ কেক। আৰু কাপকেকৰ ট্ৰে এখন।

আচৰিত কথাটো ইয়াতেই শেষ নহয়। অভিনেত্ৰীগৰাকীয়ে পিন্ধা গোলাপ ফুলবোৰত হীৰা ঢাকি থোৱা আছে। ট্ৰেত থকা কাপকেকবোৰৰ ওপৰত সোণৰ পাতেৰে তৈয়াৰ কৰা। ইয়াৰ বাবে প্ৰায় ৯৩ লাখ টকা ব্যয় কৰিছে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক