--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কংগ্ৰেছৰ শীৰ্ষ নেতা তথা সাংসদ শশী থাৰুৰলৈ বৃহৎ সকাহ। দীঘলীয়া প্ৰতীক্ষাৰ অন্তত ন্যায়ালয়ে সকাহ দিলে দেশৰ জ্যেষ্ঠ ৰাজনীতিকগৰাকীক। তেওঁৰ পত্নী সুনন্দ পুষ্কৰৰ আত্মহত্যাৰ গোচৰৰ পৰা তেওঁক ন্যায়ালয়ে মুক্ত কৰি দিয়ে।

উল্লেখ্য যে, ২০১৪ চনৰ ১৭ জানুৱাৰীত দিল্লীৰ এখন বিলাসী হোটেলৰ পৰা সুনন্দা পুষ্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। শশী থাৰুৰৰ বিৰুদ্ধে আত্মহত্যাত উচতনি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰিছিল দিল্লী আৰক্ষীয়ে। কিন্তু ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ চলাবলৈ অস্বীকাৰ কৰে আৰু তেওঁক সকলো গোচৰৰ পৰা মুক্ত কৰি দিয়ে।

এই ৰায়ৰ পাছতে ন্যয়ালয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি থাৰুৰে কয়, বিগত চাৰে সাত বছৰে তীব্ৰ নিৰ্যাতন সহ্য কৰিলোঁ ন্যায়ালয়ৰ এই ৰায়ক লৈ মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। থাৰুৰৰ বিৰুদ্ধে অভিযোগ প্ৰমাণ কৰিব পৰাকৈ কোনো প্ৰমাণ নথকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement