--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত নিৰ্মিত বিদেশী সুৰা, বিয়েৰ, ৱাইন, ব্ৰেণ্ডী, ৰাম, আদি বিভিন্ন পানীয়ৰ ওপৰত এড-ভেলোৰেম আবকাৰী শুল্ক সংশোধন কৰি ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সুৰাৰ দাম হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে অসম আবকাৰী বিভাগে ৷
অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব বিলাতী সুৰাৰ দাম ৷ সুৰাপায়ীৰ মনত আনন্দৰ জোৱাৰ তুলি আবকাৰী বিভাগে এই ঘোষণা কৰিছে ৷ 

৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে ২২ টকাকৈ ৷
৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে ৩৪ টকাকৈ ৷
জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ ৰামত ১১৭ টকাকৈ হ্ৰাস কৰা হৈছে ৷
ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জীন আদিৰ দাম ১৪৪ টকাকৈ হ্ৰাস কৰা হৈছে ৷
লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, ব্ৰেণ্ডী, জীনৰ দাম ১৬৬ টকাকৈ হ্ৰাস কৰা হৈছে ৷
লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ৰামৰ দাম ১৬৬ টকাকৈ হ্ৰাস ৷
এলিগেন্ট ব্ৰেণ্ডৰ ৫০০ টকাৰ পৰা 700 টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ব্ৰেণ্ডী, জীন, হুইস্কীৰ দাম ২১৪ টকাকৈ হ্ৰাস কৰা হৈছে ৷

চলিত বৰ্ষৰ এপ্ৰিল মাহত ক্ৰমাণ্বয়ে বৃদ্ধি পোৱা সুৰাৰ বাবে সুৰাপায়ীসকল চিন্তিত হৈছিল কিন্তু এই ঘোষণাক লৈ এতিয়া তেওঁলোকে সকাহ পাইছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ