--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰত বিফলতাক সফলতালৈ ৰূপান্তৰিত কৰিবলৈ, শুই থকা ভাগ্যক জাগ্ৰত কৰিবলৈ, জীৱনত অগ্ৰগতি লাভ কৰিবলৈ আৰু আৰ্থিক সংকট দূৰ কৰিবলৈ বহুতো ব্যৱস্থাৰ কথা উল্লেখ আছে। ইয়াৰে কিছুমান প্ৰতিকাৰ অতি ফলপ্ৰসূ আৰু সঠিক বুলি গণ্য কৰা হয়। এই প্ৰতিকাৰ বা কৌশলবোৰ প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা সকাহ পোৱা যায়। সবিশেষ জানো আহক।

 শুকুৰবাৰৰ দিনটো মালক্ষ্মীৰ নামত উচৰ্গা কৰা হয়। এই দিনটোত মালক্ষ্মীক সন্তুষ্ট কৰাৰ লগতে তেওঁৰ আশীৰ্বাদ লাভৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই ব্যৱস্থাসমূহ কৰিলে আৰ্থিক সংকটৰ পৰা সকাহ পোৱা যায়।

 শুকুৰবাৰে নিশা গোপনে কৰা এই প্ৰতিকাৰে এজন ব্যক্তিয়ে জীৱনত সফলতাৰ লাভৰ লগতে ধন সম্পৰ্কীয় সমস্যাৰ পৰা মুক্তি পাব পাৰে। শুকুৰবাৰে নিশা ধূপ-ধূনা, চাকি আৰু গোলাপ ফুল আদি ৰীতি-নীতিৰে অষ্টলক্ষ্মীৰ পূজা কৰক।

 যদি মাঅষ্টলক্ষ্মীক ৰঙা মালা অৰ্পণ কৰা হয়, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পাছত ১০৮বাৰ ‘ঐ হ্ৰী শ্ৰীং অষ্টলক্ষ্মীয়ে হ্ৰী সিদ্ধেয় মম গৃহে আগচ্ছগছ নমঃ স্বাহা’ আদি মন্ত্ৰ জপ কৰিব।

 শুকুৰবাৰে নিশা গোলাপী ৰঙৰ কাপোৰত শ্ৰীযন্ত্ৰ আৰু মাঅষ্টলক্ষ্মীৰ ছবি স্থাপন কৰি ভগৱান বিষ্ণুক পূজা কৰিলে মালক্ষ্মীক সন্তুষ্ট হয়।

 শুকুৰবাৰে নিশা মাঅষ্টলক্ষ্মী আৰু শ্ৰীযন্ত্ৰত আঠ সুগন্ধিৰ তিলক প্ৰয়োগ কৰিব লাগে। এই ব্যৱস্থাবোৰ আপোনাক আৰ্থিকভাৱে টনকিয়া কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক