--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : প্ৰখ্যাত অভিনেতা সুনীল ছেট্টীৰ বাসভৱন ছীল। বৃহন মুম্বাই মিউনিচিপাল কৰ্প’ৰেচনে ছীল কৰিলে প্ৰখ্যাত অভিনেতাগৰাকীৰ মুম্বাইৰ বাসভৱন। ক’ভিড সংক্ৰমণৰ তীব্ৰ ৰূপ নিয়ন্ত্ৰণৰ স্বাৰ্থতে মিউনিচিপাল কৰ্প’ৰেচন ছীল কৰি দিয়ে সুনীলে বাস কৰা অট্টালিকা।

দক্ষিণ মুম্বাইৰ এল্টামাউণ্ট ৰোডত থকা ‘পৃথিৱী এপাৰ্টমেণ্ট’ নামৰ অট্টালিকাটোত থাকে তাৰকাগৰাকী। অট্টালিকাটোত কৰ’না সংক্ৰমণৰ ৫টাকৈ ঘটনা চিনাক্ত হোৱাৰ পাছত মিউনিচিপাল কৰ্প’ৰেচনে শনিবাৰে অট্টালিকাটো ছীল কৰি দিয়ে।

সুনীল ছেট্টীয়ে তেওঁৰ পৰিয়ালৰ সৈতে অট্টালিকাটোৰ অষ্টাদশ মহলাত বাস কৰে। তেওঁ তথা তেওঁৰ পৰিয়াল নিৰাপদে থকা বুলিও বিএমচিৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement