--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শনিবাৰেই ঘটিছিল এক অঘটন৷ নিৰ্মিয়মান এটা সুৰংগত আবদ্ধ হৈ পৰিছিল ৮জনকৈ শ্ৰমিক৷সুংৰগটোৰ ১৪ কিঃমিঃ ভিতৰত আবদ্ধ হৈছিল সুৰংগটোত কৰ্মৰত ৮ জনকৈ শ্ৰমিক৷ সুৰংগটোৰ ভিতৰত প্ৰায় ৭২ ঘণ্টা ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজিছে আবদ্ধ শ্ৰমিকসকলে৷


উদ্ধাৰকাৰী দলে ধাৰাবাহিকভাৱে চলাই গৈছে উদ্ধাৰ অভিযান কিন্তু বৰ্তমানলৈ সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ কোনো সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে৷ 

সময় বাগৰি গৈ থকাৰ লগে লগে সুৰংগটোত বৃদ্ধি পাইছে জলস্তৰ৷ সুৰংগৰ ভিতৰৰ পৰা পানী নিষ্কাশন কৰিও সুংৰগ পানী শেষ কৰিব পৰা নাই, যাৰ বাবে ব্যাঘাত জন্মিছে উদ্ধাৰ অভিযানতো৷ আবদ্ধ ৮ শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে এনডিআৰএফে৷


শনিবাৰে তেলেংগানাত সুৰংগ খহি আবদ্ধ হৈছিল ৮ শ্ৰমিক৷ আবদ্ধ ৮ শ্ৰমিকৰ বাবে এতিয়া প্ৰাৰ্থনা কৰিছে সমগ্ৰ দেশবাসীয়ে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ