--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুটক সুঁৱৰিছে তেওঁৰ অনস্ক্ৰীণ পুত্ৰই৷ সুশান্তই অভিনয় কৰা জনপ্ৰিয় 'ছিচ্চৰে' ছবিখনৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনা ছবিখনত সুশান্তৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা মহম্মদ ছামাডে স্মৰণ কৰি আৱেগিক হৈ উঠে৷

ছিচ্চৰে ছবিখনত পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা মহম্মদে কয় যে, সুশান্ত সিং ৰাজপুটে যিদিৰে অনস্ক্ৰীণ পুত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল অফস্ক্ৰীণো তেওঁৰ নিজৰ পুত্ৰৰ দৰেই ব্যৱহাৰ কৰিছিল৷ লগতে মহম্মদে কয় যে, ‘যিখিনি সময়ত তেওঁৰ লগত আছিলো, মই যথেষ্ট ভাল পাইছিলো আৰু তেওঁৰ সৈতে কথা পাতি আনন্দ লাভ কৰিছিলো৷ মই তেওঁৰ পৰাই অভিনয়ৰ কৌশল আয়ত্ত কৰিছিলো৷ মোক ১৮ বছৰ বয়সতে খুব সুন্দৰকৈ অভিনয়ৰ বিষয়ে বুজাইছিল৷’

নিটিশ তিৱাৰীৰ পৰিচালনাৰ ছিচ্চৰে ছবিখনত সুশান্ত সিঙে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল৷ ইয়াৰ পাছতে ২০২০চনৰ ১৪জুনত আত্মহত্যা কৰে অভিনেতাগৰাকীয়ে৷ সুশান্তৰ মৃত্যুৰ পূৰ্বে অভিনয় কৰিছিল 'দিল বেচ্চাৰা' ছবিখনত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ