--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চৰকাৰে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিছে। এইবাৰ এই পৰিকল্পনাৰ অংশ হ’বলৈ ওলাইছে ক্ৰিকেট। ২২ আগষ্টত ভাৰত বনাম বিশ্ব একাদশৰ এখন খেল অনুষ্ঠিত হোৱাটো বিচাৰিছে সংস্কৃতি মন্ত্ৰালয়ে। ইতিমধ্যে কেন্দ্রৰ প্রস্তাৱ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড চমুকৈ বিচিচিআইৰ হাতত পৰিছে৷

২৪ জুলাইত ইংলেণ্ডত উপস্থিত হ’ব বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ। অংশ ল’ব আইচিচিৰ বাৰ্ষিক সন্মিলনত। এই সন্মিলনখন চলিব ২২-২৬ জুলাইলৈকে। ইয়াতেই সৌৰভ-জয়ে বিশ্বৰ সৰ্বোচ্চ ক্ৰিকেট শাসকীয় সংস্থাৰ সৈতে এই প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিব। কোৱা বাহুল্য যে, বিভিন্ন দেশৰ ক্ৰিকেটাৰক নিযুক্তি দি এই মেচখন আয়োজন কৰাটো এক কঠিন কাম হ’ব। বিচিচিআইয়ে আইচিচিৰ সৈতে এইবিষেয় আলোচনা কৰিব বুলিও ওলাইছে খবৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ