--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বক্স অফিচত হিট ছবিৰ তালিকাত শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, অক্ষয় কুমাৰৰ দৰে বলীউডৰ অভিনেতা আছে যদিও এই তাৰকাসকলে পাকিস্তানী বক্স অফিচত হিট হ’ব নোৱাৰিলে। আন এগৰাকী তাৰকাৰ ছবিয়ে পাকিস্তানত কোটি কোটি টকা কৰি বক্স অফিচত শীৰ্ষ স্থান দখল কৰিছে।

২০১৮ চনত বলীউডৰ অভিনেতা সঞ্জয় দত্তৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ‘সঞ্জু’ ছবি। এই ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল ৰাজকুমাৰ হিৰাণী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ৰণবীৰ কাপুৰে।

ৰণবীৰৰ লগতে বিকি কৌশল, মনীষা কইৰালা, সোণম কাপুৰ, অনুষ্কা শৰ্মা, পৰেশ ৰাৱালৰ দৰে তাৰকাই ‘সঞ্জু’ ছবিখনত অভিনয় কৰিছিল। ৯৬ কোটি টকাৰ বাজেটত নিৰ্মিত ‘সঞ্জু’ ছবিখনে বক্স অফিচত আনুমানিক ৫৮৭ কোটি টকা উপাৰ্জন কৰে।

পাকিস্তানৰ ছবিগৃহতো মুক্তি পালে ‘সঞ্জু’। পাকিস্তানত মুক্তি পোৱা সকলো বলীউডৰ ছবিৰ ভিতৰত সৰ্বাধিক ব্যৱসায় কৰি নজিৰ গঢ়ি তুলিছে ‘সঞ্জু’। মুক্তিৰ পিছত ৰণবীৰৰ এই ছবিখনে পাকিস্তানৰ বক্স অফিচত ৩ কোটি ৭৬ লাখ টকা উপাৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক