--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : দেশৰ কোভিড বিৰোধী যুঁজত নতুন প্ৰত্যাহ্বান সৃষ্টিৰ আশংকা সৃষ্টি কৰিছে ক’ৰ’নাৰ নতুন উৎপৰিৱৰ্তনে। ক’ৰ’নাৰ ডেল্টা প্ৰকাৰে দেশত সৰ্বগ্ৰাসী দ্বিতীয় ঢৌ সৃষ্টি কৰাৰ পাছত এইবাৰ ধৰা পৰিছে ‘কাপ্পা’ প্ৰকাৰ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখনত হাস্পতালত কৰা কোভিড পৰীক্ষাত দুজন লোক এই ‘কাপ্পা’ প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা পোহৰলৈ আহিছে।

লক্ষ্ণৌৰ কেজিএমইউত কৰা পৰীক্ষাত ১০৯টা কোভিড পজিটিভ নমুনা চিনাক্ত হয়। ইয়াৰে ১০৭টা ডেল্টা প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগতে দুটা নমুনাত ‘কাপ্পা’ প্ৰকাৰৰ উপস্থিতি ধৰা পৰিছে।

ৰাজ্যখনত এই নতুন প্ৰকাৰৰ সংক্ৰমণ ধৰা পৰা বিষয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অৱগত কৰা হৈছে বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। উল্লেখ্য যে, ক’ৰ’নাৰ এই ‘কাপ্পা’ প্ৰকাৰ অধিক সংক্ৰামক বুলি আশংকা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ