--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতৰ বাবে সুখবৰ। আগন্তুক মাহৰ পৰা দেশবাসীৰ বাবে উপলব্ধ হ’ব নতুন ক’ভিড টিকা। গৱেষণাৰ পৰীক্ষণ প্ৰক্ৰিয়াত সুফল পোৱা বুলি জনাইছে বিশেষজ্ঞমহলে। সাধাৰণ মানুহেও ল’ব পাৰিব Johnson & Johnson ক’ভিড টিকা। জানিব পৰা মতে, জুলাই মাহৰ পৰা ভাৰতৰ চিকিৎসালয়ত উপলব্ধ হ’ব এই টিকা।নতুন ক’ভিড টিকাৰ মূল্যও নিৰ্ধাৰণ কৰা হৈছে। নতুন টিকাৰ এটা ড’জৰ মূল্য ২৫ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৮৭৫ টকা। ‘The Association of Healthcare Providers’ নামৰ ভাৰতীয় সংস্থাটোৱে এই নতুন টিকা ভাৰতলৈ অনাৰ ব্যৱস্থা হাতত লোৱা বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : ২০ হাজাৰ বছৰ পুৰণি কৰ’না ভাইৰাছ! গৱেষণাই কি ক’লে?


অৱশ্যে, ভাৰতৰ জলবায়ুত এই টিকা কিমান কাৰ্যকৰী তাকে লৈ প্ৰশ্নৰ অৱতাৰণা হোৱা দেখা গৈছে। বিশেষজ্ঞৰ মতে এই টিকা শীতল ঠাইত ৰখাৰ প্ৰয়োজনীয়তা নাই। তেনেক্ষেত্ৰত ভাৰতৰ বৰ্তমান পৰিস্থিতিৰ বাবে Johnson & Johnson টিকা উপযোগী হ’ব বুলিয়ে ধাৰণা বিশেষজ্ঞসকলৰ।
Johnson & Johnson-এ ইতিমধ্যে কেন্দ্ৰৰ সৈতে ভাৰতত এই টিকা উত্পাাদনৰ অনুমোদন বিচাৰি আবেদন কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা মতে, এই টিকাৰ প্ৰতিৰোধ ক্ষমতা ৬৬.৩ শতাংশ। ক্ৰিটিকেল ইনফেকছনৰ ক্ষেত্ৰত ই ৭৬.৩শতাংশ কাৰ্যকৰী।ইফালে, ক্ৰমশঃ সুস্থিৰ পথে অগ্ৰসৰ হৈছে দেশ। এই মুহূৰ্তত ভাৰতত সুস্থতাৰ হাৰ ৯৬.৭৫শতাংশ। শনিবাৰৰ তুলনাত দেওবাৰে সংক্ৰমণৰ হাৰ সামান্য বৃদ্ধি পালেও ক’ভিড জয়ীসকলে আশাৰ সঞ্চাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ