--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ খেলৰ আৰম্ভণিতে কোহলীয়ে এটা ডাঙৰ ভুল কৰিলে!আহমেদাবাদত উত্তেজনাপূৰ্ণ  খেলখনৰ ঠিক আগে আগে কোহলীয়ে ভুল জাৰ্চি পিন্ধি খেলপথাৰত নামিবলৈ ওলাই আহিছিল। পিছত বিৰাটে তেওঁৰ ভুল ধৰিব পাৰিলে লগে লগে তেওঁৰ  জাৰ্চি সলনি কৰিলে।

 কিন্তু তেতিয়ালৈকে বিৰাটৰ ভুল জাৰ্ছি পিন্ধা  ছবিখন নেটত ভাইৰেল হৈ পৰে। কোহলীয়ে ভুলবশতঃ বাহুত  বগা ফিটা থকা  টীম ইণ্ডিয়াৰ জাৰ্চী পিন্ধি খেলপথাৰলৈ গৈছিল। কিন্তু আজিৰ খেল খনত  ভাৰতৰ ত্ৰিৰংগা ষ্ট্ৰাইপৰ সৈতে জাৰ্চিহে খেলুৱৈসকলে পিন্ধিছে।

শনিবাৰে ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিধ্দান্ত লয়। প্ৰথম ইনিংছত পাকিস্তানে ১০  উইকেটৰ বিনিময়ত ১৯১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।  এই ৰাণৰ প্ৰত্যাহ্বান ভাৰতে অতি সহজে গ্ৰহণ কৰিব পাৰিব বুলি সকলোৱে ধাৰণা কৰিছে। ভাৰতে এতিয়ালৈকে ৫০ অভাৰৰ বিশ্বকাপত সাতবাৰকৈ বিজয়ী হৈছে। আজি হয়তো এই সংখ্যা অষ্টম হ’ব। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ