--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : টকিঅ’ অলিম্পিকত ভাগ লোৱা ভাৰতীয় দলৰ সকলো সদস্যকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে আমন্ত্ৰণ৷ লালকিল্লাত অনুষ্ঠিত হ'ব লগা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশেষ সন্মান জনাব পদক বিজয়ীসকলক৷ তদুপৰি টকিঅ’ অলিম্পিকত ভাগ লোৱা সকলো ভাৰতীয় খেলুৱৈকে সন্মান জনাব প্ৰধানমন্ত্ৰীয়ে৷

খেলুৱৈসকলক মোদীয়ে নিজৰ আৱাসলৈকো আমন্ত্ৰণ কৰিব বুলি জানিব পৰা গৈছে৷ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ অংশ লৈছে ১২০জন খেলুৱৈকে ধৰি ২২৮জনীয়া দলে৷ উল্লেখ্য যে, অসমৰ লাভলীনা বৰগোহাঁইকে ধৰি তিনিগৰাকী খেলুৱৈয়ে ভাৰতলৈ পদক জয়ৰ আনন্দ কঢ়িয়াই আনিছে।

আন ভালেকেইগৰাকী খেলুৱৈয়ে ছেমি ফাইনেল তথা ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ পদক জয়ৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ