--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উদ্যোগ মন্ত্ৰ্যালয়ে সমগ্র দেশত ৪,৮৭৪টা চার্জিং ষ্টেছন স্থাপন কৰিব। এই প্রকল্পৰ বাবে মন্ত্র্যালয়ে ৫০৩
  • ৮৬ কোটি টকা মঞ্জুৰ কৰিছে। এই প্রকল্প হাতত লোৱা হৈছে প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ অধীনত।

ডিজিটেল ডেস্ক: ইৰান যুদ্ধই বিশ্বত ইন্ধনৰ সংকট সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ইলেক্ট্রিক বাহনৰ ব্যৱহাৰত উৎসাহ যোগোৱাৰ বাবে এক বিশেষ পদক্ষেপ গ্রহণ কৰিছে। 


উদ্যোগ মন্ত্ৰ্যালয়ে সমগ্র দেশত ৪,৮৭৪টা চার্জিং ষ্টেছন স্থাপন কৰিব। এই প্রকল্পৰ বাবে মন্ত্র্যালয়ে ৫০৩.৮৬ কোটি টকা মঞ্জুৰ কৰিছে। এই প্রকল্প হাতত লোৱা হৈছে প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ অধীনত। 


ইয়াৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে দেশত ইলেক্ট্রিক চাৰ্জিঙৰ এক শক্তিশালী নেটৱৰ্ক প্ৰস্তুত কৰিবলৈ বিচাৰিছে। এই ষ্টেছনসমূহত ইলেক্ট্রিক দুচকীয়া, তিনি চকীয়া, চাৰি চকীয়া যাত্রীবাহী বাহন, বাছ আৰু গধুৰ ট্ৰাকৰ চাৰ্জিং কৰিব পৰা যাব। 


ইলেক্ট্রিক চার্জিং ষ্টেছন দেশৰ বিভিন্ন ৰাজ্যত স্থাপন কৰা হ'ব। ইয়াৰ ভিতৰত কৰ্ণাটক, ৰাজস্থান, অন্ধ্র প্রদেশ, গুজৰাট, কেৰালা, তেলেংগানা আৰু তামিলনাডুও আছে। কেন্দ্রীয় মন্ত্রী এইচ ডি কুমাৰস্বামীয়ে কালি বেংগালুৰুত এই কথা প্রকাশ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু