--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰে'লখন ১,২০০ কিলোৱাট হাইড্রজেন ফুৱেল চেল প্ৰ’পালচন ব্যৱস্থাত চলিব। সম্পূর্ণ প্রদূষণহীন এই ব্যৱস্থাত প্রতি ঘণ্টাত সর্বোচ্চ ৭৫ কিল'মিটাৰ বেগত ৰে’লখন চলাব পাৰিব।

ডিজিটেল ডেস্ক : দহটা দবাযুক্ত দেশৰ প্রথমখন হাইড্রজেনচালিত ৰে’লৰ চলাচলত ৰে'ল মন্ত্ৰ্যালয়ে অনুমোদন জনায়। হাৰিয়ানাৰ জিন্দ ছোনিপাট ৰে’লপথত হাইড্রজেনচালিত প্রথমখন ৰে’ল চলাচল কৰিব। দেশৰ ৰে’ল পৰিবহণ ব্যৱস্থা স্বচ্ছ আৰু বহনক্ষম কৰি তোলাৰ লক্ষ্যৰেই ৰে’ল মন্ত্ৰ্যালয়ে এই পদক্ষেপ লৈছে। 


ৰে'লখন ১,২০০ কিলোৱাট হাইড্রজেন ফুৱেল চেল প্ৰ’পালচন ব্যৱস্থাত চলিব। সম্পূর্ণ প্রদূষণহীন এই ব্যৱস্থাত প্রতি ঘণ্টাত সর্বোচ্চ ৭৫ কিল'মিটাৰ বেগত ৰে’লখন চলাব পাৰিব। পৰম্পৰাগত ৰে’ল ব্যৱস্থাৰ বিপৰীতে এই নতুন ৰে’লখনে হাইড্রজেন ইন্ধনৰ জৰিয়তে ঠাইতে বিদ্যুৎ উৎপাদন কৰিব পাৰিব। 


জিন্দত ইতিমধ্যে হাইড্রজেন ভঁৰাল আৰু ৰে’লত হাইড্রজেন ভৰাব পৰা ব্যৱস্থা গঢ়ি তোলা হৈছে। শীঘ্রেই জিন্দ ছোনিপাট পথত এই নতুন ৰে’ল সেৱা আৰম্ভ হ’ব।

উৎস: দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ