--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জিলাখনত সুস্থ পৰিৱেশ, শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰক্ষীয়ে দিনে-নিশাই কষ্ট কৰিছে।

ডিজিটেল ডেস্ক: অহা ৯ এপ্ৰিলত ৰাজ্যত বিধানসভা নিৰ্বাচন। শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গোৱালপাৰা জিলা আৰক্ষী-প্ৰশাসন সম্পূৰ্ণ সাজু হৈছে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী সষ্টম হৈছে ৷


দুধনৈত গোৱালপাৰা জিলা জেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুত বিকাশ বৰা ভূঞা, দুধনৈ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সৈতে যৌথভাৱে পদযাত্ৰা কৰাৰ দৃশ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷ 


জিলাখনত সুস্থ পৰিৱেশ, শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰক্ষীয়ে দিনে-নিশাই ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, উপ-পথ, অসম-মেঘালয় সীমান্তত চেকিং, তালাচীৰ ব্যৱস্থা কৰাৰ লগতে নৈসমূহত নদী আৰক্ষীয়ে বিশেষভাৱে পেট্ৰলিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ 


ইফালে জিলাখনৰ চহৰ-নগৰ, গাঁৱে-ভূঞে, অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, কামাণ্ডো জোৱান সকলে যুটীয়াভাৱ পদযাত্ৰা কৰি নিৰাপত্তা ব্যস্তনী কটকটীয়া কৰি তুলিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ