--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে পুৱা বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া দলে বনাঞ্চলৰ ভিতৰৰ পৰা ফুংখা বসুমতাৰী মৃতদেহ উদ্ধাৰ কৰে।

ডিজিটেল ডেস্ক: ভাৰত ভূটান সীমান্তৱৰ্তী ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া। বনৰক্ষীৰ গুলীত নিহত ফুংখা বসুমতাৰী নামৰ কাঠ মাফিয়াজন।


কচুগাঁও বন সংমণ্ডলৰ আঠিয়াবাৰী ৰেঞ্জৰ ১৩ নম্বৰ ৰাইটত এই ঘটনা সংঘটিত হয়। মঙলবাৰে সন্ধিয়া বন বিভাগৰ দল এটাই আঠিয়াবাৰী ৰেঞ্জৰ ১৩ নম্বৰ ৰাইটত অভিযান কৰিবলৈ গৈছিল, সেই সময়ত চোৰাং কাঠ বেপাৰীৰ সৈতে বন বিভাগৰ মুখামুখি হোৱাত বনৰক্ষীৰ গুলীত নিহত হয় বিমল বসুমতাৰীৰ পুত্ৰ ফুংখা বসুমতাৰী ।  


৬ জনীয়া চোৰাং কাঠ মাফিয়াৰ দল এটাই ৰাষ্ট্ৰীয় উদ্যানখনত আশ্ৰয় লোৱাৰ খবৰ পাই মংগলবাৰে সন্ধিয়া বন বিভাগৰ দলটিয়ে অভিযান চলায়। মাফিয়াৰ দলটোৰ সৈতে মুখামুখি হোৱাত বনৰক্ষীয়ে চলোৱা আত্মৰক্ষীমূলক গুলীচালনাত নিহত হয় যুৱকজন।

 

বুধবাৰে পুৱা বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া দলে বনাঞ্চলৰ ভিতৰৰ পৰা ফুংখা বসুমতাৰী মৃতদেহ উদ্ধাৰ কৰে।


আঠিয়াবাৰী ৰেঞ্জত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বাহিনী মোতায়ন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ