--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : মহাকাশ অভিযানক অধিক ব্যাপকতা প্ৰদানৰ বাবে কাম কৰি আছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে। ফ্ৰান্সৰ সৈতে মিলি ভাৰতে তৃতীয়টো যুটীয়া উপগ্ৰহ অভিযানৰ কাম কৰি আছে। আনহাতে দুয়ো দেশৰ যুটীয়া মহাকাশ অভিযানে কেইবাটাও স্তৰত কাম কৰি আছে তাৰ ভিতৰত হিউমেন স্পেচফ্লাইট প্ৰগ্ৰেমো আছে। ইছৰোৰ মুৰব্বী কে শিৱনে এই কথা সদৰি কৰিছে।

আৰু পঢ়িব পাৰিব : স্বামীৰ মৃত্যুৰ পাছতে হেৰুৱাইছে বাসগৃহঃ কন্যাসহ ৰাজপথত মাতৃ

তেওঁ লগতে কয় যে, ভালেমান ফৰাচী সংস্থাই ভাৰতৰ সৈতে এই দিশত কাম কৰিবলৈ ইচ্ছুকতা প্ৰদৰ্শন কৰিছে। ‘মহাকাশত ফ্ৰান্স হৈছে ভাৰতৰ আটাইতকৈ বৃহৎ সহযোগী।’ নেচনেল কাউন্সিল ফৰ ছাইন্স এণ্ড টেকন’লজী কমিউনিকেচন আৰু ‘বিজ্ঞান প্ৰসাৰ’ৰ এটা অনলাইন অনুষ্ঠানত এই মন্তব্য কৰে ইছৰোৰ মুৰব্বীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : ৰাজনৈতিক হেঁচাৰ বাবে অধ্যাপকৰ পদত্যাগ! বিশ্বজুৰি প্ৰতিক্ৰিয়া

ইছৰোৰ বিষয়াই প্ৰকাশ কৰা মতে ইছৰো আৰু ফ্ৰান্সৰ মহাকাশ সংস্থা চিএনইএছ-এ ইতিমধ্যে দুটা যুটীয়া অভিযান চলাইছে। ইয়াৰে ‘মেঘা-ট্ৰপিকছ’ ২০১১ চনত আৰু ‘সৰল-আল্টিকা’ ২০১৩চনত উৎক্ষেপন কৰা হৈছিল। আনহাতে ইছৰোৰ মুৰব্বী শিৱনে তৃতীয়টো অভিযানৰ বাবে কাম কৰি থকা বুলি প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক