--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : পিএছএলভি-চি ৫১/অমেজোনিয়া-১ মিছনক ইছৰোৱে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত থকা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰে। ব্ৰাজিলৰ অ’মেজোনিয়া-১ আৰু আন ১৮টা উপগ্ৰহক লৈ ভাৰতৰ ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপন যান পিএছএলভি চি-৫১নে দেওবাৰে মহাকাশ অভিমুখে উৎক্ষেপিত হয়।

আৰু পঢ়িব পাৰিব :স্বৰ্গদেউ চ্যুকাফাৰ বিকৃত প্ৰতিমূৰ্তি! বিভিন্নজনৰ প্ৰতিক্ৰিয়া

পুৱা ১০বাজি ২৪ মিনিটত উৎক্ষেপন কৰা হয় যানখন। উৎক্ষেপনৰ ১৮ মিনিটৰ পাছত প্ৰাথমিক উপগ্ৰহ অমেজোনিয়া-১ক কক্ষপথত সংস্থাপিত কৰাৰ সম্ভাৱনা থকাৰ কথা বিজ্ঞানীসকলে উৎক্ষেপনৰ সময়তে প্ৰকাশ কৰে। আন ১৮টা উপগ্ৰহক পৰৱৰ্তী দুঘণ্টাত কক্ষপথত সংস্থাপিত কৰা হ’ব। এই উপগ্ৰহসমূহৰ ভিতৰত চেন্নাইৰ স্পেচ কিডজ ইণ্ডিয়া উপগ্ৰহও আছে।

আৰু পঢ়িব পাৰিব :‘জাহাজ’ত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব জাতীয় পৰিষদে!

এই মহাকাশ যানৰ শীৰ্ষ পেনেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি সংলগ্ন কৰা হৈছে। মহাকাশ গৱেষণাৰ তথা অভিযানৰ দিশত প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ অভিযানৰ প্ৰতীক হিচাপে এই ছবি সন্নিৱিষ্ট কৰা হয়। তদুপৰি এছডি কাৰ্ডত সঞ্চিত শ্ৰীমদভাগৱত গীতাৰ ই-সংস্কৰণ এটাও এই পেকেজৰ অংশ হিচাপে সন্নিৱিষ্ট কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ