--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্রাম্পৰ এই মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে। ভাৰতৰ বিদেশ মন্ত্ৰ ট্রাম্পৰ মন্তব্যক অনুপযুক্ত বুলি প্রকাশ কৰাৰ লগতে বিষয়টোত খেদ প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক : বিতর্কিত মন্তব্যৰে সচৰাচৰ চর্চাত থকা মার্কিন বাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এইবাৰ ভাৰতক ‘নৰকৰ দুৱাৰ’ হিচাপে অভিহিত কৰিলে। ইয়াকে লৈ তীব্ৰ বিতর্কৰ সৃষ্টি হোৱাৰ লগতে ভাৰতৰ বিদেশ মন্ত্র্যালয়ে বিষয়টোত প্রতিক্রিয়াও প্রকাশ কৰিছে। 


মাইকেল ছেভেজৰে হোৱা এটা পডকাষ্টৰ কথা-বতৰা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ট্রাম্পে। এই মত বিনিময়ত ট্রাম্পে ভাৰত, চীন আদি কেইখনমান দেশক নৰকৰ দুৱাৰ হিচাপে অভিহিত কৰিছিল। ট্রাম্পৰ এই মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে। ভাৰতৰ বিদেশ মন্ত্ৰ ট্রাম্পৰ মন্তব্যক অনুপযুক্ত বুলি প্রকাশ কৰাৰ লগতে বিষয়টোত খেদ প্রকাশ কৰিছে। 


ইফালে, ভাৰতৰ প্রধান বিৰোধী দল কংগ্রেছে ট্রাম্পৰ মন্তব্যক দুর্ভাগ্যজনক আখ্যা দিছে। কংগ্রেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খর্গেই ইয়াক ভাৰতীয় বিৰোধী আৰু অতি ইতিকিংসূচক মন্তব্য বুলি প্রকাশ কৰে। ইফালে, ভাৰতৰ তীব্ৰ প্রতিক্ৰিয়াৰ পাছতে সুৰ সলনি কৰিছে ড'নাল্ড ট্রাম্পে। এইবাৰ তেওঁ ভাৰতক এখন মহান দেশ বুলি মন্তব্য কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ