--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উইম্বলডন ফাইনেল ২০২২ত শেষ হাঁহি মাৰিলে নোভাক জ’কভিচে। দেওবাৰে চেণ্টাৰ ক’ৰ্টত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত কিং জোকাৰে নিক কিৰ্গিঅ’ছক পৰাস্ত কৰে। ছাৰ্বিয়ান ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ কেৰিয়াৰৰ সপ্তমটো উইম্বলডন ৪-৬, ৬-৩, ৬-৪, ৭-৬ (৩) ব্যৱধানত জয়লাভ কৰে। বিশ্বৰ তিনি নম্বৰ টেনিছ খেলুৱৈগৰাকীয়ে নিজৰ কেৰিয়াৰৰ ২১ সংখ্যক গ্ৰেণ্ড শ্লাম জয় কৰে।

গ্ৰেণ্ড শ্লামত জ’কভিচে ৰজাৰ ফেডাৰেৰক অতিক্ৰম কৰে। সন্মুখত কেৱল ৰাফেল নাডাল। এতিয়ালৈকে নাডালৰ মানত আছে ২২ টা গ্ৰেণ্ড শ্লাম। জ’কভিচে সপ্তমবাৰৰ বাবে অষ্টম উইম্বলডনৰ ফাইনেলত জয়লাভ কৰে। স্পৰ্শ কৰিলে পিট ছাম্প্ৰাছক। ফেডাৰেৰ সৰ্বাধিকবাৰ উইম্বলডনত জয়লাভ কৰিছে। তেওঁ ৮ বাৰকৈ খিতাপ দখল কৰিছে। ২০১৭ চনৰ পৰা এই প্ৰতিযোগিতাত পৰাস্ত নোহোৱাৰ অভিলেখ গঢ়িছে জ’কভিচে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ