--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গৌৰৱ গগৈৰ পৰিয়ালৰ তিনি সদস্যই বিদেশী। হিন্দু ধৰ্মৰ প্ৰতি বিতৃষ্ণা জন্মাই অন্য ধৰ্মলৈ লৈ গ'ল বুলি মন্তব্য গৌৰৱ গগৈৰ।

ডিজিটেল ডেস্ক: গৌৰৱ গগৈক কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ। তেওঁ কয় যে প্ৰকৃত আহোম নহয় গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পৰিয়ালৰ তিনি সদস্যই বিদেশী। হিন্দু ধৰ্মৰ প্ৰতি হিন্দু ধৰ্মৰ প্ৰতি বিতৃষ্ণা জন্মাই অন্য ধৰ্মলৈ লৈ গ'ল।  


গৌৰৱ গগৈ হঠাতে আহোম হোৱা মানুহ। তেওঁ চক্ৰধ্বজ, জয়ধ্বজ সিংহৰ কথা জানেনে? মোমাই তামুলী বৰবৰুৱাৰ পৰা আতন বুঢ়াগোঁহাইলৈকে জানেনে? নাওশলীয়া, নাওবৈচা আৰু পানীফুকনৰ অৰিহণাৰ বিষয়ে জানেনে? লাচিত বৰফুকনৰ কথা কোৱাৰ আগতে মোমাই তামুলীৰ পৰা আলাবৈ ৰণৰ কথা জনাৰ প্ৰয়োজন।


নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ শৈক্ষিক ভৱনৰ আধাৰশিলা অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নোত্তৰত এনেদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ