--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন৷লোকসভা নিৰ্বাচনত নিৰ্ণায়ক শক্তি হিচাপে উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে সদায় বহন কৰি আহিছে৷উত্তৰ প্ৰদেশত বিজেপি আৰু সুভাষাৰ সান্নিধ্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সুভাষাৰ সভাপতি ওম প্ৰকাশ ৰাজভৰে বেনাৰসত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে। বাৰাণসীৰ চাৰ্কিট হাউচত দুয়োৱে সাক্ষাৎ কৰে। কেৱল এয়াই নহয়, আধা ঘণ্টাৰো অধিক সময় দুয়োৰে মাজত কথা-বতৰা চলিল। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী যোগীয়ে ওম প্ৰকাশ ৰাজভৰক লক্ষ্ণৌত লগ কৰিবলৈও কৈছে। তদুপৰি  মুখ্যমন্ত্ৰী যোগীয়ে ওম প্ৰকাশ ৰাজভৰক পুত্ৰৰ বিবাহৰ শুভকামনা জ্ঞাপন কৰে।

দৰাচলতে বিজেপিৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰী আৰু উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যকে ধৰি ওম প্ৰকাশ ৰাজভৰৰ পুত্ৰ অৰুণ ৰাজভৰৰ বিয়াত বিজেপিৰ সকলো ডাঙৰ নেতাই অংশ লৈছিল। ইয়াৰ উপৰিও কেবিনেট মন্ত্ৰী স্বতন্ত্ৰ দেৱ সিঙেও বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে। কোৱা হৈছে যে এই বৈঠক যি সময়ত হৈছে এই পৰিঘটনাই বিজেপি আৰু সুভাষাৰ মিত্ৰতাৰ আলোচনা তীব্ৰতৰ কৰি তুলিছে। সূত্ৰ অনুসৰি এই মিত্ৰতা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে