--°C
Loading...
Listen to Article
2 min read
80%

চামলী: উত্তৰাখণ্ডৰ চামলী অঞ্চলত আজি প্ৰবল বানপানীৰ ফলত ঋষিগংগা বিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ধাউলি গংগাৰ পাৰত বাস কৰা লোকসকলৰ জীৱন বিপন্ন কৰা বানপানীৰ পাছত প্ৰায় ১৫০ জন লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে ৩ টা মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ

বানপানীৰ ফলত যোশীমঠ-মালৰী দলং ভাঙি পৰাত যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ বহু ঘৰ উটি যোৱাত নদীৰ কাষৰ বহুতো গাঁৱৰ আৱাসীক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। গংগা নদীৰ কাষৰ অঞ্চল বাবে চুবুৰীয়া উত্তৰ-প্ৰদেশতো এক সতৰ্কতা জাৰি কৰা হৈছে।

আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি?

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবন্দ্ৰ সিং ৰাৱতে মানুহক পুৰণি বানপানীৰ ভিডিঅ'ৰ জৰিয়তে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আবেদন জনাইছে৷ তদুপৰি সংশ্লিষ্ট সকলো জিলাক সতৰ্ক কৰা হৈছে আৰু মানুহক নদীৰ ওচৰলৈ নাযাবলৈ কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ