--°C
Loading...
Listen to Article
2 min read
80%

১৪/০৩/২০২৪, বৃহস্পতিবাৰ

মেষ –  ভাল খবৰ আহিব। অৰ্থনৈতিক বিকাশ অব্যাহত থাকিব।  ঘৰত শান্তি। প্ৰেম মজবুত হ'ব।

বৃষ -আপুনি আইনী জটিলতাৰ সন্মুখীন হ’ব লাগিব পাৰে। কাম আৰু ব্যৱসায়ত সফলতা আৰু খ্যাতি। হাতলৈ ধন আহিব।  ঘৰলৈ আলহী আহিব।

মিথুন – এটা নতুন কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আজি ভ্ৰমণৰ যোগ আছে। ঘৰলৈ আত্মীয় লোক আহিব। 

কৰ্কট – ঘৰুৱা বিভেদৰ সম্ভাৱনা। শিশুৰ প্ৰাপ্তিত সুনাম বৃদ্ধি। প্ৰিয়জনৰ পৰা উপহাৰ উপলব্ধ হ’ব পাৰে। 

সিংহ – শত্ৰুৱে ক্ষতি কৰিব পাৰে। ব্যৱসায়ত লাভ। পৰোপকাৰ কৰোঁতে ব্যয় বৃদ্ধি। ৰোগ কমিব।

কন্যা – কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি। সৃষ্টিশীল লোকৰ বাবে ভাল। মানসিক অস্থিৰতা বৃদ্ধি হ’ব। প্ৰেমত অশান্তি।

তুলা – অত্যধিক খঙৰ ফলত বিপদ হ’ব পাৰে। প্ৰেমৰ বাবে অস্থিৰতা আহিব। কৰ্মস্থানৰ পৰিৱেশত উন্নতি দেখা যাব।  

বৃশ্চিক -দুঃস্বপ্ন বা বেয়া সপোন হৈছে অৱচেতন মনৰ ভয়, সেইবোৰৰ বিষয়ে বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাই। অতিমাত্ৰা খৰছ হ’ব।

ধনু – আপোনাৰ আপোন কোনোবাই আপোনাক আঘাত কৰিব। চুবুৰীয়াৰ সৈতে সদ ভাৱ ৰাখক। পঢ়াত মন দিয়ক। মন বেয়া হ'ব পাৰে।

মকৰ – সম্পৰ্কক অধিক নিৰ্ভৰযোগ্য কৰি তুলি আজি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে। জ্বৰ–চৰ্দিৰ সমস্যাত ভুগিব পাৰে। প্ৰেম হ'ব পাৰে।

কুম্ভ – আজি নিজকে আত্মবিশ্বাসী অনুভৱ হ’ব পাৰে। কৰ্মক্ষেত্ৰত অত্যন্ত চাপ থাকিব  শাৰীৰিক অৱস্থা ভাল হ’ব। প্ৰেমত সুখ। 

মীন – কোনো ভাল ঘটনা ঘটিব পাৰে। ভ্ৰমণ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত শুভ। আলহী আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?