--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাং মহাদেৱৰ অতি প্ৰিয় বুলি জনা যায়৷ ভাং অবিহনে শিৱৰাত্ৰি পূজা আধৰুৱা বুলি গণ্য কৰা হয়, সেয়ে এই দিনটোত বহুতে প্ৰসাদ হিচাপে ভাং সেৱন কৰে। এই প্ৰসাদ অত্যন্ত সোৱাদযুক্ত৷ সোৱাদৰ বাবেই বহু ভক্তই ইয়াক অত্যধিক পৰিমাণে গ্ৰহণ কৰে৷ ভাঙৰ নিচা অত্যধিক হ'লে এজন ব্যক্তিয়ে কিছু অস্বাভাৱিক আচৰণ কৰা পৰিলক্ষিত হয়। কিন্তু কেনেদৰে দূৰ কৰিব এই নিচা। কিছু ঘৰুৱা উপায় অৱলম্বন কৰি ভাঙৰ নিচা দূৰ কৰিব পাৰি।

 টেঙাজাতীয় ফল খাব- নিচা হ্ৰাস কৰাত সহায় কৰে টেঙাজাতীয় ফলে। এই ক্ষেত্ৰত  আপুনি নেমু, কমলা, মৌচুমী আৰু আঙুৰৰ দৰে টেঙা ফল খাব পাৰে। যিয়ে শৰীৰৰ পৰা ভাঙৰ নিচা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

 পানী বেছিকৈ খাব- ভাঙৰ নিচাৰ প্ৰভাৱ দূৰ কৰিবলৈ অত্যধিক পৰিমাণে পানী খাব লাগে৷ পানীয়ে শৰীৰক হাইড্ৰেট কৰে আৰু বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়াত সহায় কৰে৷ 

নাৰিকল পানী সেৱন-ভাঙৰ নিচা বেছি হ'লে নাৰিকল পানীও খাব পাৰে, ই শৰীৰত পানীৰ উপযুক্ত পানী দিয়াৰ লগতে নিচা কম কৰাত সহায় হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ