--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে যিকোনো ঠাইত নিৰ্মাণৰ কাম হ’লে প্ৰথমে ভেটিত মাটি দিয়া হয়। শিলৰ কংক্ৰিটৰ মিশ্ৰণ আদি যোগ কৰি পানীৰ লগত মিহলাই ভেটি ভৰোৱাৰ কাম সম্পূৰ্ণ হয়। কিন্তু ভাৰতবৰ্ষত এনে এটা মন্দিৰ আছে যাৰ ভেটিৰ পানী মিহলি হোৱা নাছিল। বৰঞ্চ চল্লিশ হাজাৰ কিলোগ্ৰাম ঘিউ ব্যৱহাৰ কৰা হৈছিল। এই ঐতিহাসিক মন্দিৰটো চাবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ লোক আহে। কেৱল ভাৰতৰ পৰাই নহয় বহিঃৰাষ্ট্ৰৰ পৰাও এই মন্দিৰটো চাবলৈ আহে।


এই মন্দিৰটো হৈছে ৰাজস্থানৰ বিকানেৰত ভাণ্ডাশ্বাহ জৈন মন্দিৰ৷ এই মন্দিৰৰ আটাইতকৈ বিশেষ কথাটো হ’ল মন্দিৰৰ ভেটিৰ লগত জড়িত কাহিনী। কোৱা হয় যে এই মন্দিৰৰ ভেটি ভৰোৱাৰ বাবে প্ৰায় ৪০ হাজাৰ কিলোগ্ৰাম ঘিউ ব্যৱহাৰ কৰা হৈছিল। এই মন্দিৰটো চাবলৈ প্ৰতিদিনে ভাৰতৰ আন আন ঠাইৰ পৰা বৃহৎ সংখ্যক পৰ্যটক আহে।এই মন্দিৰৰ ইতিহাস প্ৰায় ৫০০ বছৰ পুৰণি বুলি কোৱা হয়। ১৪৬৮ চনত ভাণ্ডা শ্বাহ নামৰ এজন ব্যৱসায়ীয়ে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। ভাণ্ডা শ্বাহৰ মৃত্যুৰ পাছত ১৫৪১ চনত তেওঁৰ কন্যাই বাকী থকা মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। ভাণ্ডাশ্বাহ জৈনে নিৰ্মাণ কৰা বাবেই মন্দিৰটোৰ নাম ভাণ্ডাশ্বাহ ৰখা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক