--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘৰ-বাৰীত পানী সোমোৱাৰ লগতে পুখুৰীসমূহো পানীত ডুবি যোৱাত চিন্তিত হৈ পৰিছে মৎস্য পালক সকল।পশুধন বান্ধিবলৈও ঠাইৰ অভাব হৈছে বান কবলিত অঞ্চল সমূহত।

ডিজিটেল ডেস্কঃ নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত পৰিছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও।


অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা দিহিৰি, দোৰপাং নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত মাঘনোৱা,পুলিনাহৰণী,তৰানিখাট,ফুটাভোগ আদি বহু কেইখন গাঁও বানৰ কৱলত।


১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিছলাগুৰিৰ পৰা ৰঙতি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটিৰ ওপৰেৰে পানী বাগৰাৰ ফলত বিঘ্নিত হৈ পৰিছে যাতায়ত৷স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা সাধাৰণ পথচাৰীলৈকে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।


ঘৰ-বাৰীত পানী সোমোৱাৰ লগতে পুখুৰীসমূহো পানীত ডুবি যোৱাত চিন্তিত হৈ পৰিছে মৎস্য পালক সকল।পশুধন বান্ধিবলৈও ঠাইৰ অভাব হৈছে বান কবলিত অঞ্চল সমূহত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ