--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত জোড়ো যাত্ৰা পশ্চিম বংগত প্ৰৱেশৰ দুদিন পূৰ্বে ‘ইণ্ডিয়া’ মিত্ৰজোঁটত আউল লগালে মমতা বেনাৰ্জীয়ে৷ লোকসভা নিৰ্বাচনত পশ্চিম বংগত তৃণমূল কংগ্ৰেছে এককভাৱে অৱতীৰ্ণ হ’ব বুলি মমতা বেনাৰ্জীয়ে ঘোষণা কৰাৰ পাছতেই হতবাক হৈ পৰিছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’৷ 

মমতা বেনাৰ্জীৰ ঘোষণাৰ পাছতে কংগ্ৰেছে বুধবাৰে কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী অবিহনে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কথা কল্পনা কৰিব নোৱাৰি। দলটোৱে তৃণমূল কংগ্ৰেছক ‘ইণ্ডিয়া’ ব্লকৰ শক্তিশালী স্তম্ভ বুলিও উল্লেখ কৰিছিল৷

এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে ‘ইণ্ডিয়া’ই পশ্চিম বংগত মিত্ৰতাৰ দৰে যুঁজ দিব আৰু আশা কৰে যে তৃণমূল কংগ্ৰেছৰ সৈতে ভৱিষ্যতে আসন ভাগ-বটোৱাৰাৰ আলোচনা ফলপ্ৰসূ হ’ব।

ৰমেশে কয়, মমতা বেনাৰ্জীয়ে কৈছিল যে আমি বিজেপিক পৰাস্ত কৰিব বিচাৰোঁ আৰু আমি বিজেপিক পৰাস্ত কৰিবলৈ যিকোনো কাম কৰিম। ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছিল যে মমতাজী আৰু তৃণমূল কংগ্ৰেছ ‘ইণ্ডিয়া’ ব্লকৰ শক্তিশালী স্তম্ভ। মমতাজীৰ অবিহনে আমি ‘ইণ্ডিয়া’ ব্লকৰ কথা কল্পনাই কৰিব নোৱাৰো৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা