--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ইউটিউবাৰ আশিস চঞ্চলানীয়ে দাখিল কৰা এখন আৱেদনৰ শুনানি লৈ অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰলৈ জাননী জাৰি কৰি এই সম্পৰ্কত উত্তৰ বিচাৰিছে। উল্লেখযোগ্য যে এটা অনলাইন শ্ব'ত অশ্লীলতাক উদগনি যোগোৱা বুলি চঞ্চলানীৰ বিৰুদ্ধে অভিযোগ উঠিছে। 

এই অভিযোগত গুৱাহাটীত ৰুজু কৰা গোচৰ বাতিল অথবা মুম্বাইলৈ স্থানান্তৰৰ নিৰ্দেশ দিয়াৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে। ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ এন কটিশ্বৰ সিঙৰ বিচাৰপীঠে তেওঁৰ আৱেদনৰ শুনানি গ্রহণ কৰি অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰলৈ জাননী জাৰি কৰে। ইয়াৰ লগতে তেওঁৰ আৱেদন ইউটিউবাৰ ৰনবীৰ এলাহাবাদীয়াৰ আৱেদনৰ সৈতে একেলগে শুনানিৰ সিদ্ধান্ত লয় বিচাৰপীঠে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ