--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক সুখবৰ৷ দেশত এতিয়াৰে পৰা ২-১৮ বছৰৰ লোকসকলৰ দেহত জৰুৰী ভিত্তিত প্ৰয়োগ কৰিব পৰা যাব কোভিডৰ ভেকচিন৷ কোভাক্সিন দিব পৰা যাব ২-১৮ বছৰৰ লোকক৷ ভাৰত বায়’টেকে ৬ অক্টোবৰৰ দিনা ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকক ২-১৮ বছৰৰ ভিতৰৰ সকলৰ দেহত কোভাক্সিনৰ পৰীক্ষামূলক প্ৰয়োগৰ তথ্য দাখিল কৰিছিল।

সেই তথ্য লাভ কৰাৰ পিছতে ২-১৮ বছৰৰ সকলৰ দেহতো কোভাক্সিন ব্যৱহাৰৰ অনুমোদন দিয়া হয়। ভাৰতত ক’ৰোনাৰ তৃতীয়টো ঢৌ অহাৰ প্ৰবল সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে কেন্দ্ৰ চৰকাৰক সতৰ্ক কৰি অহাৰ লগতে ইয়াৰ প্ৰভাৱ বিশেষকৈ ২-১৮ বছৰৰ সকলৰ দেহত পৰিব বুলি সময়ে সময়ে কৈ আহিছে৷ এই কথাকে গুৰুত্বসহকাৰে লৈ দেশখনে শিশুসকলৰ ভেকচিন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক