--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ভাৰতত কৰ’নাৰ সংক্ৰমণৰ নতুন অভিলেখ৷ প্ৰথমবাৰৰ বাবে দেশত এদিনতে আক্ৰান্ত হয় ২ লাখ লোক৷ একেৰাহে ৯ দিন দৈনিক ১ লাখৰো অধিক লোক আক্ৰান্ত হয়৷ ১ লাখৰ পৰা ২ লাখ হ’বলৈ লাগিল মাত্ৰ ১১ দিন৷ ২৪ ঘণ্টাত আক্ৰান্ত হ’ল ২ লাখ ৭৩৯ জন৷ ইপিন মৃত্যুৰো

আৰু পঢ়িব পাৰিব : আজি পহিলা ব’হাগ: নতুন বছৰৰ আৰম্ভণীতে পূজা কৰা হয় গনেশৰ

নতুন অভিলেখ গঢ়ি উঠে দেশখনত৷ ২৪ ঘণ্টাত মৃত্যু এহেজাৰৰো অধিক৷ দেশত হ্ৰাস পাইছে আৰোগ্যৰ হাৰ৷ ৮৮.৩১ শতাংশলৈ হ্ৰাস আৰোগ্যৰ হাৰ৷ ৰাজ্যতো অব্যাহত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ৷

আৰু পঢ়িব পাৰিব : বকোত হত্যাকাণ্ড! আৰক্ষীৰ গাড়ীচালক জড়িত থকাৰ অভিযোগ

কালিৰ দিনটোত পুনৰ আক্ৰান্ত ৩৮৫জন লোক৷ গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ২০১জন লোক৷ কালিৰ দিনটোত সংক্ৰমণৰ হাৰ ১.২৮ শতাংশ আছিল৷ অসমত ৩জন লোকৰ মৃত্যু হয়৷ অসমত সম্প্ৰতি ক'ভিড আক্ৰান্তৰ সংখ্যা ৩,২০০জন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ