--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰযুক্তি জগতৰ এক নতুন খবৰ। ভাৰতলৈ ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা আনিবলৈ ইলন মাস্কৰ স্পেচএক্সে মঙলবাৰে ভাৰতী এয়াৰটেলৰ সৈতে চুক্তিবদ্ধ হৈছিল। 

তাৰ ঠিক এদিন পাছতেই অৰ্থাৎ বুধবাৰে মুকেশ আম্বানীৰ নেতৃত্বাধীন জিঅ' প্লেটফৰ্মৰ সৈতেও চুক্তিবদ্ধ হয় স্পেচএক্স। 

এই চুক্তিৰ জৰিয়তে স্পেচএক্স-এ ভাৰতত ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা এয়াৰটেল আৰু জিঅ'ৰ যোগেদি প্রদান কৰিব। 

জিঅ' প্লেটফর্মে ইয়াৰ খুচুৰা ষ্ট'ৰ আৰু অনলাইন প্লেটফৰ্মসমূহৰ জৰিয়তে ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ ব্যৱস্থা কৰিব।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ