--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভীমকল বা আঠীয়া কলৰ বিষয়ে আমি সকলোৱে জানো৷ ভীমকলৰ অসীম পুষ্টিগুণ থকাৰ বাবে আজিকালি শিশুৰ বাবে ভীমকলৰ পৰা ভীমভিটা, ভীম পাউডাৰ আদি প্ৰস্তুত কৰি উলিয়াইছে৷ 

ভীমকলৰ আন কিছুমান উপকাৰিতাৰ বিষয়ে জানো আহক

শীতকালত প্ৰতিদিনে এটাকৈ ভীমকল খালে শৰীৰৰ শ্ৰীবৃদ্ধি হয়

পকা ভীমকলত যথেষ্ট পৰিমাণে পটাচিয়াম থাকে সেয়েহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ভীমকল উপকাৰী৷

শৰীৰৰ ওজন বৃদ্ধি কৰিবৰ কাৰণে পকা ভীমকলৰ লগত বুটমাহ খাব লাগে৷ এনেদৰে খোৱাৰ প্ৰায় ১০-১৫ মিনিটৰ পাছত পানী খালে দেহৰ ওজন বৃদ্ধি পায়৷

ভীমকলৰ পচলা খালে কৌষ্ঠকাঠিন্যতা দূৰ হয়৷

ৰক্তহীনতাত ভোগা লোকৰ বাবে ভীমকলৰ ডিল অতি উপকাৰী৷

টোপনি কম হ’লে পকা ভীমকলৰ গুটি আঁতৰাই এগিলাচ গাখীৰত মিহলাই খালে সুফল পোৱা যায়৷ 

গতিকে ভীমকল দৈনিক এটাকৈ খাই শৰীৰটোক ৰোগমুক্ত কৰি ৰাখোঁ আহক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ