--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰত উচ্চ কলেষ্টেৰল বহু ৰোগৰ কাৰণ হ’ব পাৰে। এনে অৱস্থাত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো অতি দৰকাৰী। বিশেষকৈ কলেষ্টেৰল বৃদ্ধি হোৱাৰ লগে লগে হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। ইয়াৰ বাবে ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ষ্ট্ৰোক হোৱাৰ আশংকাও বৃদ্ধি পায়। তেজৰ পৰীক্ষাৰ জৰিয়তে উচ্চ কলেষ্টেৰলৰ মাত্ৰা ধৰা পেলাব পাৰি। ইয়াৰ বাহিৰেও কলেষ্টেৰলৰ আন বহুতো লক্ষণ দেখা যায়। বিশেষকৈ ভৰিত কলেষ্টেৰলৰ কিছুমান লক্ষণ দেখা যায়। এই লক্ষণসমূহৰ বিষয়ে জানো আহক-

 ১. অতি ঠাণ্ডা তলুৱাঃ-তথ্য অনুসৰি যদি আপোনাৰ ভৰি আৰু তলুৱা অতি ঠাণ্ডা হয়, তেন্তে ই উচ্চ কলেষ্টেৰলৰ ইংগিত বহন কৰে। এনে অৱস্থাত তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে। কিন্তু আন কিছুমান সমস্যাৰ বাবেও ভৰিৰ তলুৱা ঠাণ্ডা হ’ব পাৰে। সেইবাবেই সময়মতে তেজৰ পৰীক্ষা কৰাইহে নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পাৰে।

 ২. ভৰিৰ ৰঙৰ পৰিৱৰ্তনঃ-কলেষ্টেৰলৰ পৰিমাণ বেছি হোৱাৰ বাবে শৰীৰৰ অংগসমূহলৈ তেজৰ সোঁত কমিবলৈ আৰম্ভ কৰে। এনে অৱস্থাত ছালৰ ৰঙৰ পাৰ্থক্য দেখা যায়। বিশেষকৈ শৰীৰত অক্সিজেন আৰু পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে ভৰিৰ ৰং হালধীয়া দেখা দিব পাৰে। এনে অৱস্থাত তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক। কিছু ক্ষেত্ৰত ভৰিৰ ৰং বেঙুনীয়া বা নীলা দেখা যাব পাৰে।

 ৩. ভৰিৰ বিষঃ-যদি অকাৰণতে ভৰিৰ বিষ হয়, তেন্তে ই কলেষ্টেৰলৰ লক্ষণ হ’ব পাৰে। ইয়াৰ উপৰি ভাগৰ লগা বা আলস্য অনুভৱ হোৱা আদি লক্ষণসমূহো কলেষ্টেৰলৰ হ’ব পাৰে। এই অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ