--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৭গৰাকীকৈ সদস্যৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজস্থানত শোকৰ ছাঁ পৰিছে৷ আৰক্ষীয়ে জনোৱা তথ্যানুসৰি দেওবাৰে আবেলি ৰাজস্থানৰ চিকাৰ জিলাত এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এটা পৰিয়ালৰ দুজন শিশু আৰু তিনিগৰাকী মহিলাসহ সাতজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয়৷

গাড়ীৰ যাত্ৰীসকল উত্তৰ প্ৰদেশৰ মিৰাটৰ বাসিন্দা আছিল৷ ৰাজস্থানৰ ছালাচাৰৰ ছালাচাৰ বালাজী মন্দিৰৰ পৰা উভতি আহি আছিল তেওঁলোক৷ ঘটনাটো সংঘটিত হৈছিল যেতিয়া চুৰু অভিমুখে যোৱা গাড়ী চালকজনে এখন ট্ৰাকক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল।

সংঘৰ্ষৰ পাছত গাড়ীখনত থকা গেছ কিটটো জ্বলি উঠিছিল আৰু ট্ৰাকত ভৰোৱা কপাহে জুইত অধিক ইন্ধন যোগাইছিল।
দৰ্শকৰ প্ৰচেষ্টা সত্বেও গাড়ীৰ যাত্ৰীসকলে জুইৰ বাবে বন্ধ দুৱাৰ খুলিব নোৱাৰিলে আৰু জীৱিত অৱস্থাত জ্বলাই দিয়া হ’ল।

দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰা ৰামনিবাস চাইনীয়ে কৈছিল যে যাত্ৰীসকলে সহায়ৰ বাবে চিঞৰি আছিল কিন্তু জুইৰ বাবে তেওঁ তেওঁলোকক সহায় কৰিব নোৱাৰিলে।

অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সমূহ মোতায়েন কৰা হৈছিল৷ কিন্তু জুই নিয়ন্ত্ৰণলৈ অনাৰ সময়ত পৰিয়ালটোৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।

নিহতসকলক নীলম গোৱেল (৫৫), তেওঁৰ পুত্ৰ আশুতোষ গোৱেল (৩৫), মঞ্জু বিন্দাল (৫৮), তেওঁৰ পুত্ৰ হাৰ্দিক বিন্দাল (৩৭), তেওঁৰ পত্নী স্বাতী বিন্দাল (৩২) আৰু তেওঁলোকৰ দুই নাবালক কন্যা বুলি চিনাক্ত কৰা হৈছে। ইফালে, ট্ৰাক চালক আৰু সহায়কজন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি গাড়ীখনৰ গৰাকী আশুতোষে ডেৰ বছৰ আগতে গাড়ীখন বিক্ৰী কৰিছিল। আৰক্ষীয়ে গাড়ীখন বিক্ৰী কৰা এজেণ্টজনৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁৰ জৰিয়তে তেওঁলোকে পৰিয়ালটো চিনাক্ত কৰিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু