--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গুৱাহাটীকে ধৰি কোকৰাঝাৰ, কামৰূপ(গ্ৰাম্য)ত বৃহস্পতিবাৰৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আছে।

ডিজিটেল ডেস্ক: ৰাজ্যত হঠাতে হ'ল বতৰৰ পৰিৱৰ্তন। গৰমৰ আৰম্ভণি হওতেই আকৌ নামি আহিল ঠাণ্ডা। গুৱাহাটীকে ধৰি কোকৰাঝাৰ, কামৰূপ(গ্ৰাম্য)ত বৃহস্পতিবাৰৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আছে। বৰষুণৰ ফলতেই ঠাণ্ডাৰ অনুভৱ কৰিছে জনসাধাৰণে। ঠায়ে ঠায়ে হৈছে ধুমুহা আৰু শিলাবৃষ্টি। 


ৰাজ্যৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, তামুলপুৰ, ওদালগুৰি, বজালী, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), শোণিতপুৰ, বিশ্বনাথ, মাজুলী, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিত জাৰি কৰা হ'ল Yellow Alert।


বঙাইগাঁও, শোণিতপুৰ আৰু ডিমা হাচাওত জিলাত বিজুলী ঢেৰেকনিৰ লগতে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ দুই এঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা।


দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, তামুলপুৰ, ওদালগুৰি, বজালী, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), শোণিতপুৰ, বিশ্বনাথ, মাজুলী, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকনিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে।


ৰাইজক সাৱধান হৈ থকাৰ আহ্বান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ